বিশ্বনাথৰ বিদ্যালয়ৰ মহাবিদ্যালয় সমূহত সৰস্বতী পূজা উদযাপন৷

145

বিশ্বনাথৰ বিদ্যালয়ৰ মহাবিদ্যালয় সমূহত সৰস্বতী পূজা উদযাপন৷আজি সৰস্বতী পূজা ৷সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত গণৰাজ্য দিৱসৰ লগতে উলহমালহেৰে সৰস্বতী পূজা উদযাপন৷ শিক্ষানুষ্ঠানসমূহ সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে ৷ সৰস্বতীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে শিক্ষানুষ্ঠানসমূহ৷৷ছাত্ৰছাত্ৰীসকলে বাগদেৱীৰ চৰণত ধূপ দীপ জ্বলাই সুফল কামনা কৰি আশীষ মাগিছে ৷এনে দৰে সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথৰ বিভিন্ন শিক্ষানুষ্ঠানত উলহমালহেৰে উদযাপন কৰিছে সৰস্বতী পূজা৷