বিশ্বনাথত আদিবাসী সকলৰ প্ৰতিবাদী কাৰ্যসূচী

295

বিশ্বনাথৰ জপৌবাৰী শ্বহীদ মাংৰী ওৰাং মৈদানত আজি আদিবাসীসকলৰ জনজাতিকৰণ প্ৰদানকলৈ কৰা বিৰোপ মন্তব্যত সদৌ অসম ওৰাং সংঘ ,গণ্ড,খাৰিয়,খেৰুৱা,
ভূমিজ ,মহালী, পৰজা(কুঁই), অসম চাওঁৰা সমাজ ,চাওঁতাল ছাত্ৰসন্থা ,আদিবাসী চেংগেল অভিযান আদিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ৷অসমৰ আদিবাসী সকলৰ অতিশীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক ,আদিত্য খাখলাৰীৰ ওপৰত চৰকাৰে অতিশীঘ্ৰে আইনী ব্যৱস্থা গ্ৰহণ কৰক অসমৰ প্ৰতটো Land Advisory Boradt পাঁচজনকৈ আদিবাসী সদস্যক নিযুক্তি কৰক আদি দাবী জনাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷।