বিশ্বনাথৰ গলিয়া বিষ্ণু মন্দিৰ সমীপৰ অংগনবাদী কেন্দ্ৰৰ কৰ্মী সহায়িকা অনিয়মীয়াকৈ কেন্দ্ৰলৈ অহাৰ অভিযোগ ৰাইজৰ৷
অসম চৰকাৰ সংহত শিশু উন্নয়ন সেৱা আচঁনিৰ অধীনৰ বিশ্বনাথৰ গলিয়া বিষ্ণু মন্দিৰ সমীপৰ অংগনবাদী কেন্দ্ৰটিৰ কৰ্মী সহায়িকা অনিয়মীয়াকৈ অহাৰ অভিযোগ ৰাইজৰ৷ প্ৰায়ে কেন্দ্ৰি কোনো জাননী নিদিয়াকৈ বন্ধ থাকে বুলি ৰাইজৰ অভিযোগ৷ আজিও কণকণ শিশুক কেন্দ্ৰটিলভ অভিভাৱকে পুৱ ৯ বজাত আহি প্ৰায় ১০”৩০ বজালৈ ৰৈৰৈ কৰ্মী লতা দেৱী আৰু সহায়িকা দীপালী গৌতমৰ দেখাসাক্ষাৎ নহ’ল ৷এনেদৰে প্ৰায়ে কেন্দ্ৰটি কোনো জাননী নোহোৱাকৈ বন্ধ ৰখাত কণ কণ শিশুকলৈ ঘূৰি যাব লগা হয় বুলি অভিযোগ ৰাইজৰ । বিশ্বনাথৰ পৰা ধৰ্ম ৰিজালৰ ৰিপৰ্ট