বিশ্বজুৰি ফেচবুক, ইনষ্টাগ্ৰাম অচল হৈ পৰাৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন মেটা। প্ৰায় ১০০ মিলিয়ন মাৰ্কিন ডলাৰৰ লোকচান । কাৰিকৰী বিজুতিৰ বাবে হঠাৎ কালি ১ ঘণ্টাৰ বাবে অচল হৈ পৰিছিল ফেচবুক, ইনষ্টাগ্ৰাম।