বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ আন এক সন্মান

149

অসমীয়া ভাষাৰ বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ আগবঢ়োৱা হৈছে আন এক সন্মান।

Jeewan Ram Mungi Devi Gowenka Memorial National Award for Excellence in Literature-2022 সন্মান য়েছে দৰজে ঠংচিলৈ আগবঢ়োৱা হৈছে।

অহা ২৫ ছেপ্টেম্বৰত গুৱাহাটীত এই বঁটা প্ৰদান কৰা হ’ব বিশিষ্ট সাহিত্যিকগৰাকীক।

এই বঁটাৰ লগতে য়েছে দৰজে ঠংছিলৈ আগবঢ়োৱা হব নগদ ২ লাখ টকা।