বিশিষ্ট সংগীতজ্ঞ যজ্ঞ বেজবৰুৱাৰ মৃত্যু

56

ষ্টাফৰিপৰ্টাৰ, বিশিষ্ট সংগীতজ্ঞ যজ্ঞ বেজবৰুৱাৰ আজি মৃত্যু হয়। নগাঁৱৰ তেলীয়া পহুকটাৰ নিবাসী অসম চৰকাৰৰ শিল্পী বঁটা প্ৰাপক বিশিষ্ট সুৰকাৰ গৰাকীৰ নিজ বাসগৃহতে সোমবাৰে পুৱতি নিশা ৮১ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে ।বিশিষ্ট সংগীতজ্ঞ যজ্ঞ বেজবৰুৱাৰ বিয়োগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গভীৰ শোক প্ৰকাশ কৰিছে।