মুম্বাইৰ চেম্বুৰত শোকাৱহ ঘটনা৷
খহি পৰিল এটা অট্টালিকাৰ এটা ফাল৷
দুৰ্ঘটনাত থিতাতে নিহত ২ জন লোক৷
আনহাতে আহত হৈছে ৪ জনকৈ লোক৷
আহতসকলৰ ২জনৰ অৱস্থা অতি সংকটজনক৷
ভৰ্তি কৰা হৈছে চিকিৎসালয়ত৷
মুম্বাইৰ চেম্বুৰত শোকাৱহ ঘটনা৷
খহি পৰিল এটা অট্টালিকাৰ এটা ফাল৷
দুৰ্ঘটনাত থিতাতে নিহত ২ জন লোক৷
আনহাতে আহত হৈছে ৪ জনকৈ লোক৷
আহতসকলৰ ২জনৰ অৱস্থা অতি সংকটজনক৷
ভৰ্তি কৰা হৈছে চিকিৎসালয়ত৷
