বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি ।মাটি বাৰী নামজাৰিক ঘটনাক কেন্দ্ৰ লাট মণ্ডলক শাৰীৰিক অপদস্থ ।একাংশ উত্তেজিত লোকে ১২ নম্বৰ লাটৰ লাট মণ্ডল নজৰুল ইছলামক শাৰীৰিক অপদস্থ কৰে।নায়েৰ আলগা অঞ্চলত মাটিবাৰীৰ নাম জাৰিত দুৰ্নীতি কৰাৰ অভিযোগ লাট মণ্ডল জনৰ বিৰুদ্ধে ।
ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ।
লাট মণ্ডল জনক প্ৰহাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে ৪ জনক ।
