বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনগ্ৰস্থ, নিহত ৬ জন

58

ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ ছটৰপুৰ বিবাহযাত্ৰীৰ লগত অহা এখন গাড়ী দ কুঁৱাত পৰি এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছে। এই ঘটনাত থিতাতে নিহত হৈছে ৬ জন লোক। সংঘটিত হৈছে এই ঘটনা।ঘটনাটোত ৩ জন লোকে কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে ।

বৰ্তমান মৃতদেহ কেইটা পোষ্টমৰ্টেনৰ বাবে পঠোৱা হৈছে। ।উল্লেখ্য যে, এই বিবাহযাত্ৰী সকল উত্তৰ প্ৰদেশৰ মহোৰাস্থিত গাৱৰ পৰা এঘৰ সম্পৰ্কীয় মানুহৰ ঘৰত বিয়া খাবলৈ আহিছিল।মহাৰাজপুৰ থানা আৰক্ষীয়ে সময়ত গৈ গাড়ীখন কুৱাৰ পৰা উদ্ধাৰ কৰে।