বিপজ্জনক আৱৰ্জনাৰ নিষ্কাশনৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ

48

পিঠামপুৰত ইউনিয়ন কাৰ্বাইডৰ আৱৰ্জনা নিষ্কাশনৰ বিৰুদ্ধে প্ৰতিবাদ স্থানীয় ৰাইজৰ। প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠিচাৰ্জ। ভূপাল গেছ ট্ৰেজেডীৰ ৪০ বছৰৰ পাছত নিষ্কাশনৰ বাবে পিঠামপুৰলৈ নিছিল ইউনিয়ন কাৰ্বাইড প্লাণ্টৰ ৩৭৭ টন বিপজ্জনক আৱৰ্জনা। বিপজ্জনক আৱৰ্জনাৰ নিষ্কাশনৰ বিৰোধিতাৰে পিঠামপুৰত অব্যাহত আছে প্ৰতিবাদ। প্ৰতিবাদৰ ফলত বন্ধ হৈ আছে মধ্যপ্ৰদেশৰ ধৰ জিলাৰ পিঠামপুৰৰ দোকান-বজাৰ।