নলবাৰীৰ ধমধমা চেন্ট্রেল বেংকত বিত্তীয় কেলেংকাৰিৰ নতুন তথ্য পোহৰলৈ৷
৩টা আত্মসহায়ক গোটৰ একাউন্টত ধন সুমুৱাই ১৬লাখ আত্মসাৎ৷
কিৰণ দাস আৰু দালাল পুলেন বৰ্মনৰ বিৰুদ্ধে অভিযোগ৷
ধন আত্মসাৎ কৰি কিছুদিন পূৰ্বে অন্য শাখালৈ বদলি কিৰণ দাসৰ৷