বিটিছি নিৰ্বাচন: আগবাঢ়ি আছে বিপিএফ…

56

গুৱাহাটী:- বিটিআৰ পৰিষদীয় নিৰ্বাচনত পট পৰিৱৰ্তন ঘটিছে। পঞ্চম ৰাউণ্ডৰ ভোট গণনাৰ অন্তত বৰ্তমান 16 খন আসনত আগবাঢ়ি আছে বিপিএফ। আনহাতে ইউপিপিএল দলে আগবাঢ়ি আছে ১২ খন আসনত।

মুঠ ৪০ খন আসনৰ ভিতৰত ৯ খনত বিজেপি আগবাঢ়ি আছে। কংগ্ৰেছ আৰু গণ সুৰক্ষা পাৰ্টিয়ে আগবাঢ়ি আছে ক্ৰমে এখন আৰু দুখন আসনত।