ষ্টাফ ৰিপোৰ্টাৰ, ২৭ এপ্ৰিল : বিটিচিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰা হৈছে। ২৭ এপ্ৰিলত শেষ হৈছিল বিটিচি পৰিষদৰ কাৰ্যকাল। হাগ্ৰামা মহিলাৰীৰ কাৰ্যকাল বৃদ্ধি কৰা নহ’ল।লকডাউনৰ বাবে নিৰ্বাচন স্থগিত হৈ আছে বিটিচিত।নতুন পৰিষদ নিৰ্বাচিত নোহোৱা পৰ্যন্ত ৰাজ্যপালৰ শাসন চলি থাকিব।
