বিজেপিৰ পৰা বহিস্কাৰ কৰিছে ১৬ গৰাকী নেতা

353

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিত সৃষ্টি হোৱা প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাতৰ মাজতে দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এক নিৰ্দেশনাৰ জৰিয়তে ১৬ জন লোকক দলৰ পৰা বহিস্কাৰ কৰিছে। উল্লেখ্য, এই ১৬ গৰাকী লোকেই দলীয় টিকট বঞ্চিত হৈ নিৰ্দলীয়ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে।