বানৰ মাজতে হোজাই-পশ্চিম কাৰ্বি আংলং সংযোগী ঠেপলাগুৰিত অঘটন৷
বাঢ়নী পানীৰ সোঁতে উটুৱাই নিলে দুচকীয়া বাহনৰ চালকসহ এগৰাকী মহিলাক৷
বাঢ়নী পানীৰ বাবে পথছোৱাৰে প্ৰশাসনে বন্ধ কৰি দিছিল যাতায়াত৷
প্ৰশাসনৰ নিৰ্দেশনাক অৱজ্ঞা কৰাৰ বাবেই সংঘটিত হয় এই দুৰ্ঘটনা৷