বাজেট অধিৱেশনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোডীৰ…

230

বাজেট অধিৱেশনৰ পূৰ্বে দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

খবৰ অনুসৰি এই বৈঠকত কেইবাটাও মন্ত্ৰালয়ৰ কাম-কাজৰ পৰ্যালোচনা কৰা হৈছে।

১ ফেব্ৰুৱাৰীত সংসদত দাখিল কৰা হ’ব ২০২৩-২৪ চনৰ কেন্দ্ৰীয় বাজেট, আৰু ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এইখন হ’ব পিএম মোডী নেতৃত্বাধীন চৰকাৰৰ শেষ পূৰ্ণাংগ বাজেট।