১২ দিন ধৰি জ্বলিয়ে আছে বাঘজানৰ জুই। অইলৰ বিষয়া, বিশেষজ্ঞৰ লগতে সেনাই অব্যাহত ৰাখিছে জুই নুমুওৱাৰ চেষ্টা। ৭ জুলাইৰ ভিতৰত তৈলখাদ কেপিং কৰি বন্ধ কৰা হ’ব বুলি মন্তব্য অইলৰ CMDৰ। অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত পৃথকে পৃথকে আৰম্ভ হৈছে তদন্ত।