বাক্সাত যোগেন ব্ৰহ্মৰ সংবাদমেল

146

বাক্সা জিলাৰ ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ ধমধমাৰ উন্নয় খণ্ডৰ অন্তভূক্ত আংগাৰধোৱা ভিচিডিচিৰ চেয়াৰমেন যোগেন ব্ৰহ্ম সংবামেল ৷কিছুদিন আগতে হোৱাটচ’প জৰিয়তে তাৰপিছত সংবাদ মাধ্যম বাতৰি প্ৰচাৰৰ কৰা হৈছিল ৷শান্তিপুৰ গাঁৱৰ এগৰাকী হিতাধিকাৰী মহিলাৰ পৰা প্ৰধানমন্ত্ৰী আবাস যোজনা নামত দ্বিতীয় কিষ্টি টকা সমূৱাই দিয়াৰ নামত ধন দাবী কৰা অভিযোগ এক কৰি সংবাদত বাতৰি প্ৰচাৰৰ কৰা হৈছিল ৷মহিলা গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে চাৰিগৰাকী ব্যক্তি নাম উল্লেখ কৰিছে ডেকা আৰু বড়ো উপাধিৰ নাম৷ সংবাদ মেল সম্বধোন কৰি ভিচিডিচিৰ চেয়াৰনেম গৰাকীয়ে কয় মিছা নে সঁচা আৰু কনো সত্য সত্যতা নাই বুলি সংবাদ মাধ্যমৰ আগত মত্তব্য কৰে ইউ পি পি এল দলীয় কৰ্মী সকলে ৷লগতে কয় হিতাধিকাৰী মহিলা গৰাকীয়ে কোনোবা ব্যক্তিৰ প্ৰৰোচনা পৰি তেওঁ সংবাদ মাধ্যমত অপ্ৰচাৰৰ কৰা বুলি কয় হিতাধিকাৰী মহিলাগৰাকীয়ে।