বহু চৰ্চিত’ৰঘুপতি’ছবিখন অনিৰ্দিষ্টকালৰ বাবে মুক্তিত নিষেধাজ্ঞা ন্যায়ালয়ৰ

118

কাইলৈ মুক্তিলাভ কৰিবলগীয়া বহু চৰ্চিত’ৰঘুপতি’ছবিখন অনিৰ্দিষ্টকালৰ বাবে মুক্তিত নিষেধাজ্ঞা ন্যায়ালয়ৰ।
পূৰ্বৰ প্ৰযোজক শৈলেন কুমাৰ শৰ্মাৰ সৈতে হোৱা চুক্তি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছিল।
শৈলেন কুমাৰ শৰ্মাৰ পুত্ৰ ধৃতিমান শৰ্মাই কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশ আদালতত তৰিছিল গোচৰ। তাৰ ভিত্তিতেই
আজি শুনানিৰ অন্তত ছবিখনি মুক্তিত বাধা প্ৰদান কৰে ন্যায়াধীশে ।