বহিষ্কৃত বিজেপি নেতা লাচিত গগৈৰ জামিন মঞ্জুৰ। ডিফুৰ CJM আদালতে মঞ্জুৰ কৰিলে জামিন। ডিফু থানাত ৰুজু হোৱা গোচৰত জামিন লাভ। খটখটি থানাৰ গোচৰত এতিয়াও জামিন পোৱা নাই লাচিত গগৈয়ে। সোমবাৰে হ’ব গোচৰটোৰ শুনানি। আটাছু নেতাৰ সৈতে কথোপকথনৰ অডিঅ’ হৈছিল ভাইৰেল। আৰক্ষী বিষয়াক মেনেজৰ বাবে ধন দিছিল আটাছু নেতাক। অডিঅ’ ভাইৰেল হোৱাৰ পাছতে গ্ৰেপ্তাৰ হৈছিল লাচিত গগৈ।