বলয়গ্ৰাস_সূৰ্যগ্ৰহণ সম্পৰ্কে নৱগ্ৰহ জ্যোতিষালয় জ্যোতিষী নয়ন জ্যোতি দেৱ শৰ্মাৰ গণনা

55

 ******************

৬ আহাৰ, ৰবিবাৰ, ২১ জুন , ২০২০

🌞 গ্ৰহণৰ সময় 🌞

🌖গ্ৰহণ আৰম্ভ (স্পৰ্শ) = ৯ বাজি ১৬ মিনিট।
🌖বলয়গ্ৰাস আৰম্ভ = ১০ বাজি ১৯ মিনিট।
🌗গ্ৰহণ মধ্য = ১২ বাজি ১০ মিনিট।
🌑বলয়গ্ৰাস সমাপ্তি = ২ বাজি ০২ মিনিট।
🌖গ্ৰহণ সমাপ্তি = ৩ বাজি ০৪ মিনিট ৷

☀️ মেষ, সিংহ, মকৰ , আৰু কন্যা ৰাশিৰ বাবে এই গ্ৰহণ শুভ।
☀️ মিথুন ৰাশিৰ বাবে গ্ৰহণ এই গ্ৰহণ অশুভ।

🌞গ্ৰহণৰ সময়য কি কৰিব/কি নকৰিব :-
১. গ্ৰহণৰ সময়ত খাদ্য খোৱা আৰু খাদ্য ৰন্ধা বঢ়া নকৰিব।
২. আগতে ৰন্ধা খাদ্যত তুলসীৰ পাত দি ভালকৈ ধাকন দি থৱ।
৩. গৰ্ভৱতী মহিলা সকলে পাৰিলে গ্ৰহণৰ সময়ত ঘৰৰ পৰা নোলাৱ।
৪. মন্দিৰ, নামঘৰ, আদিৰ দৰ্জা বন্ধ ৰাখিব।
৫. গ্ৰহণৰ শেষত তুলসী, দুৱৰী, চন্দন মিহলোৱা পানীৰে গা ধুৱ।
৬. গ্ৰহণৰ শেষত ঘৰখনত তুলসী পানী চতিয়াৱলৈ নাপাহৰিব।

🙏🙏🙏🙏🙏🙏🙏🙏

সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “