বলীউদৰ অভিনেতা শ্বাহৰুখ খান আৰু পত্নী গৌৰী খানৰ লগত কি সম্পৰ্ক ভাৰত বিদ্বেষীৰ?

125

পাক সন্ত্ৰাসবাদীৰ এজেণ্টৰ সৈতে শ্বাহৰুখ-গৌৰীৰ ফটো, বলীউদ-ISIৰ মাজত আছে নেকি সম্পৰ্ক?

বলীউদৰ অভিনেতা শ্বাহৰুখ খান আৰু পত্নী গৌৰী খানৰ লগত কি সম্পৰ্ক ভাৰত বিদ্বেষীৰ?
পোহৰলৈ আহিছে কেইখনমান বিশেষ ফটো। ফটোত শ্বাহৰুখ, গৌৰীক দেখা গৈছে দুজন বন্ধুৰ সৈতে।
বৃহস্পতিবাৰে বিজেপি নেতা বৈজয়ন্ত জয় পাণ্ডেই অভিযোগ কৰে যে, বলীউদৰ বহু তাৰকাৰ সৈতে দুয়োগৰাকী সন্ত্ৰাসবাদী এজেণ্টক দেখা যায়।
শ্বাহৰুখ-গৌৰীৰ সৈতে দেখা গৈছে ৰেহন ছিদ্দিকী আৰু টনি আশাইক। পিছে কোন এই জন ৰেহন আৰু টনি আশাইক?  জানিব পৰা মতে,
টনি আৰু ৰেহন দুয়োজনেই ভাৰতৰ বিৰুদ্ধে জম্মু-কাশ্মীৰত পাকিস্তান সন্তাসবাদীয়ে চলোৱা সন্ত্ৰাসবাদৰ কাৰ্যকলাপৰ সময়ত ধনৰ যোগাৰ কৰে।
টনি আশাই হ’ল জম্মু-কাশ্মীৰৰ প্ৰতিষ্ঠিত আৰ্কিটেক্ট। তেওঁৰ বিৰুদ্ধে আছে কাশ্মীৰী যুৱকক সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে প্ৰৰোচিত কৰাৰ।