বলীউডৰ অভিনেতা পংকজ ত্ৰিপাঠীৰ ভগ্নীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।
দুৰ্ঘটনাত মৃত্যু ভগ্নীৰ স্বামী ৰাজেশ তিৱাৰীৰ ।
বিহাৰৰ পৰা পশ্চিমবংগলৈ যাত্ৰাৰ সময়তে দিল্লী-কলকাতা ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত খুন্দা বাহনখনৰ।