ষ্টাফৰিপৰ্টাৰ, বলিউডৰ জনপ্ৰিয় অভিনতা জগদীপৰ বুধবাৰে ৮১ বছৰ বয়সত মৃত্যু হয়। বিখ্যাত কমেডিয়ান গৰাকীৰ প্ৰকৃত নাম হৈছে চৈয়দ ইচটিয়াক আহমেদ জাফ্ৰী। তেওঁ জনপ্ৰিয় চলচ্চিত্ৰ “শ্বোলে” ত চুৰ্মা ভূপালীৰ চৰিত্ৰ ৰূপায়ণ কৰি জনপ্ৰিয় হৈ পৰিছিল।