বলিউডৰ আন এগৰাকী অভিনেতাৰ আত্মহত্যা…

55

ডিজিটেল ডেস্ক: পুনৰ বলিউদৰ আন এজন জনপ্ৰিয় অভিনেতাই আত্মহত্যা কৰিছে৷ বলিউদ অভিনেতা আচিফ বছৰাৰ আত্মহত্যাই বৃহস্পতিবাৰে সৃষ্টি কৰিছে চাঞ্চল্যৰ।

হিমাচল প্ৰদেশৰ ধৰমশালাত আত্মহত্যা কৰে অভিনেতা গৰাকীয়ে৷ বলিউদত কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰিছিল আচিফ বছৰাই৷ ১৯৬৭ চনৰ জন্মগ্ৰহণ কৰা ৫৩ বছৰীয়া অভিনেতাগৰাকীৰ এখন কাফেৰ ওচৰত এটা গৃহত মৃতদেহ উদ্ধাৰ হয়৷