বন্ধ খামৰ এখন চিঠিক লৈ কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত জোকাৰণি

217

বন্ধ খামৰ এখন চিঠিক লৈ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত জোকাৰণি৷ KACৰ মুখ্য কাৰ্যবাহী পাৰিষদ গকুল বৰ্মনলৈ মহাৰাষ্ট্ৰ আৰক্ষীৰ চমন৷ থানে জিলাৰ কাচিমীৰা থানাৰ পৰা স্পীড পোষ্টযোগে প্ৰেৰণ চমন৷ নৱেম্বৰত বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছিল EM হিমু ৰাজবংশীক৷ ভুৱা ৱৰ্ক অৰ্ডাৰৰ জৰিয়তে জালিয়াতিৰে ধন সংগ্ৰহৰ অভিযোগত হৈছিল গ্ৰেপ্তাৰ৷ঘটনাৰ তদন্ত চলি থকাৰ মাজতে গকুল বৰ্মনলৈ অহা চমনে সৃষ্টি কৰিছে ৰহস্যৰ৷