বতৰক লৈ ডাঙৰ আপডেট

95

বতৰক লৈ ডাঙৰ আপডেট।

ৰাজ্যৰ ১৭খন জিলাত অৰেঞ্জ এলাৰ্ট।

বৰষুণৰ লগতে হ’ব ধুমুহা-বজ্ৰপাত!

অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাসমূহত মূষলধাৰ বৰষুণৰ লগতে ৪০-৫০ কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা

ইয়াৰ উপৰি বিজুলি-ঢেৰেকনি আৰু বজ্ৰপাতৰ সম্ভাৱনাও ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।