বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

168

বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী হিজমূল বাহাৰ বুলি জানিব পৰা গৈছে।
ধৃত ড্ৰাগছ সৰবৰাহকাৰী হিজমূল বাহাৰৰ ঘৰ জুৰিয়াৰ বাটমাৰিত।ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা আৰক্ষীয়ে এটা চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ, এটা মোবাইল হেনছেট আৰুAS02 AJ 1249 নম্বৰৰ এখন মটৰ চাইকেল জব্দ কৰে আৰক্ষীয়ে।আৰক্ষীয়ে আধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহকাৰীটোক ।