বজালীত ভয়ংকৰ অগ্নিকাণ্ড

202

বজালীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

উল্লেখযোগ্য যে পাঠশালাৰ মাজমজিয়াত ভয়ংকৰ অগ্নিকাণ্ডটো হয় বুলি জানিব পৰা গৈছে ।তিনিখন ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিকাণ্ডৰ ঘটনা
ইউনিয়ন বেংকৰ তলত অগ্নিকাণ্ড হয়।
জানিব পৰা মতে চৰ্টচাৰ্কিতৰ ফলত হয় জুইৰ সূত্ৰপাত হয়।
ঘটনাস্হলীত ৫ খন অগ্নিনির্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।পৰিস্থিতিৰ বুজ লবলৈ ঘটনাস্থলীত মন্ত্ৰী ৰণজিৎ দাস উপস্থিত।তিনিখন দোকান জুইত ভস্মীভূত হয় বুলি জানিব পৰা গৈছে।