বঙাইগাঁওত ম্লান পৰিল বোলবোমৰ আনন্দ

63

পুৱাই বঙাইগাঁওত ম্লান পৰিল বোলবোমৰ আনন্দ।

পুৱাই বঙাইগাঁও জিলাৰ তালগুৰীত শোকাৱহ ঘটনা।

বোলবোমত গৈ থকা ব্যক্তিক খুন্দিয়ালে অচিনাক্ত বাহনে।

থিতাতে মৃত্যু বোলবোমত গৈ থকা যুৱক সুৰজিৎ সৰকাৰ(চুনু)।

যুৱকগৰাকীৰ ঘৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত বুলি জানিব পৰা গৈছে।

বাইকৰ নং AS 17 M 1333।

আজি শাওণ মাহৰ তৃতীয়টো সোমবাৰ উপলক্ষে পুৱাই মন্দিৰ অভিমূখে যাত্ৰা কৰিছিল বোলবোম ভক্তজনে।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।