বকোৰ এটি ভুক্তভোগী দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ দৃশ্য।
দীৰ্ঘ দিন ধৰি দুৰাৰোগ্য বেমাৰত ভুগিছে এগৰাকী দুৰ্ভগীয়া ককা।
বেমাৰত নৰক-যন্ত্ৰনাত ভুগি থকা পৰিয়ালৰ কৰুণ বিননি আৰ্থিক সাহায্য বাবে ।উল্লেখযোগ্য যে বকোৰ ২নং দিলিঙ্গা গাঁৱৰ এটি পৰিয়ালৰ কৰুণ গাথা। দুৰ্ভগীয়া পৰিয়ালটোৰ এক মাত্ৰ উপাৰ্জনকাৰী দিলিপ ৰাভাই দীৰ্ঘ দিন ধৰি দুৰাৰোগ্য বেমাৰত ভুগিছে। টকাৰ অভাৱত পত্নীয়ে কৰিব পৰা নাই উন্নত চিকিৎসা স্বামীৰ। নিজ স্বামীয়ে বেমাৰত আক্ৰান্ত হোৱাত ভোকে-লঘোণে দিন পাৰ কৰিব লগীয়া হৈছে পৰিয়ালটোৱে।
স্থানীয় লোক আৰু ভুক্তভোগী পৰিয়ালৰ কাতৰ আহ্বান, মুখ্য মন্ত্ৰী আৰু দ’ল সংগঠন লৈ। যাতে অতি সোনকালেই এই ভুক্তভোগী দুৰ্ভগীয়া পৰিয়াললৈ আৰ্থিক সাহায্য আগবঢ়ায় চিকিৎসাৰ বাবে।
আপুনিও যদি সহায়ৰ হাত আগবঢ়াব বিচাৰে, তেন্তে আপুনিও সহায়ৰ হাত আগবঢ়াব পাৰে দুৰ্ভগীয়া পৰিয়ালটো লৈ। তলৰ এই যোগাযোগৰ ঠিকনাৰ নম্বৰৰ জড়িয়তে।
যোগাযোগ কৰিব পাৰে: 8099985325
Bank account NO: 36495633737,
IFSC Code: SBINO007389