ফাইনাৰৰ উদ্যোগত “অসম আৰোগ্য নিধিলৈ” পুঁজি

86

ষ্টাফ ৰিপ’ৰ্টাৰ,,,১১ এপ্ৰিল।। সমগ্ৰ বিশ্বতে ত্ৰাস সৃষ্টি কৰা মহামাৰী ক’ৰণা ভাইৰাছৰ পৰা দেশক ৰক্ষা কৰাৰ বাবে আগবাঢ়ি আহিছে বিভিন্ন জন। ফাইনাৰৰ উদ্যোগত “অসম আৰোগ্য নিধিলৈ” ক’ভিড-১৯ ফাণ্ডৰ জৰিয়তে ৫০ লাখ টকাৰ বৰঙণি আগবঢ়োৱা হয়। ফাইনাৰৰ সভাপতি পবিত্ৰ বুঢ়াগোহাঁই, উপ সভাপতি বজৰং লোহিয়াই স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত এই ধনৰাশিৰ চেকখন আগবঢ়ায়।