ফাঁচীবজাৰত পথৰ মাজত টানি থোৱা ৰচীত ফাঁচী লাগি মৃত্যু যুৱকৰ

401

মহানগৰীৰ ফাঁচী বজাৰত অঘটন।

পথৰ মাজত টানি থোৱা ৰচীত ফাঁচী লাগি মৃত্যু বাইক আৰোহী যুৱকৰ।

প্ৰশাসনক নজনোৱাকৈ পথৰ মাজত ৰচী টানি থৈছিল নিৰ্মাণকাৰী সংস্থাই।

সেই ৰচীত লাগিয়েই মৃত্যু অজিত ঝা নামৰ বাইক আৰোহীজনৰ।

নিহত যুৱকজন প্ৰাগজ্যোতিষ কলেজত অধ্যয়নৰত আছিল বুলি জানিব পৰা গৈছে।