পৰ্যটকৰ বাবে আহিল সুখবৰ

426

পৰ্যটকৰ বাবে আহিল সুখবৰ!কিয়নো পৰ্যটকৰ বাবে আজি মুকলি হ’ল কাজিৰঙাৰ অগৰাতলি বনাঞ্চল। উল্লেখযোগ্য যে অগৰাতলিৰ বনাঞ্চলিক বিষয়া, সহকাৰী বন সংৰক্ষকৰ উপস্থিতিত অগৰাতলি জীপ ছাফাৰী সন্থাই প্ৰথমটো যাত্ৰাৰে মুকলি কৰে বনাঞ্চলখন।