প্ৰভাসৰ সৈতে অভিনয় কৰিব দীপিকাই, ছবিখনৰ বাবে কিমান কোটি টকা দাবী কৰিছে দীপিকাই?

91

প্ৰভাসৰ সৈতে অভিনয় কৰিব দীপিকাই, ছবিখনৰ বাবে কিমান কোটি টকা দাবী কৰিছে দীপিকাই?

বলীউদত এখনৰ পিছত আনখন ছুপাৰহিট ছবি দি আহিছে দীপিকা পাডুকণে। বক্স অফিচ যেন দীপিকাৰ হাতৰ মুঠিত। যিখন ছবিতে অভিনয় কৰিছে সেইখনেই ছুপাৰহিট! সেয়েহে পাৰিশ্ৰমিক দীপিকাৰ নাবাঢ়িলেনো কাৰ বাঢ়িব!
বলীউদত এখনৰ পিছত আনখন ছুপাৰহিট ছবি দি আহিছে দীপিকা পাডুকণে। বক্স অফিচ যেন দীপিকাৰ হাতৰ মুঠিত।
এইবাৰ দীপিকাই বৃদ্ধি কৰিলে নিজৰ পাৰিশ্ৰমিক। আৰু ইমানেই বৃদ্ধি কৰিলে যে একেবাৰে শীৰ্ষত।
বাহুবলী প্ৰভাসৰ সৈতে এইবাৰ অভিনয় কৰিব দীপিকাই। এই খবৰ এতিয়া সকলোৱে জানে। ২০২১ত ছবিখনৰ কাম আৰম্ভ হ’ব।
জানিব পৰা মতে, এই ছবিখনৰ পাৰিশ্ৰমিক হিচাপে দীপিকাই দাবী কৰিছে ২১ কোটি টকা!