প্ৰধানমন্ত্ৰী মোডীয়ে গণতন্ত্ৰৰ পৰা মুক্তি পাব বিচাৰে: ৰাহুল গান্ধী

69

ডিজিটেল ডেস্ক: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে প্ৰধানমন্ত্ৰীক সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে গণতন্ত্ৰৰ পৰা মুক্তি পাব বিচাৰিছে বুলি অভিযোগ কৰে।

তেওঁ টুইটাৰত দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্য্যক্ষমতাৰ উন্নতি চুৰিৰ দৰে। টুইটাৰত ৰাহুল গান্ধীয়ে লিখিছে, “প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত উন্নয়ন চুৰিৰ দৰে। সেয়েহে তেওঁ গণতন্ত্ৰৰ পৰা মুক্তি পাব বিচাৰে।”