প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ বৃহৎ কেলেংকাৰী

230

লখিমপুৰৰ ঘুনাসূতিত প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ বৃহৎ কেলেংকাৰী ।

উল্লেখযোগ্য যে দৰিদ্ৰ লোকৰ বাবে আৱন্টিত চৰকাৰী গৃহ বক্ৰপথেৰে আৱন্টন পাইছে চৰকাৰী চাকৰিয়ালে ।

জানিব পৰা মতে বিদ্যালয়ৰ প্ৰধান শিক্ষক চৰকাৰী কৰ্মচাৰীয়েও লাভ কৰিছে চৰকাৰী গৃহ ।

তাৰ বিপৰীতে কিন্তু প্ৰকৃত দৰিদ্ৰ লোকে পোৱা নাই PMAY গৃহ।

ইতিমধ্যে জিলা উপায়ুক্তক অভিযোগ দিয়াৰ পিছতো তদন্ত নোহোৱাত ক্ষোভিত হৈ পৰিছে এতিয়া ৰাইজ।

ইয়াকে লৈ ঘুনাসুঁতি তিনিআলিত ক্ষুব্ধ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিলে।