প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ধন সংগ্ৰহ

262

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ধন সংগ্ৰহৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।হিতাধিকাৰীৰ পৰা একৰ পৰা পাঁচ হাজাৰ টকা পৰ্য্যন্ত ধন সংগ্ৰহৰ অভিযোগ।গাঁও পঞ্চায়তৰ সমন্বয়ক সঞ্জিৱ হেদ্দাই সংগ্ৰহ কৰিছিল ধন খিনি।হেদ্দাই সংগ্ৰহ কৰা ধনৰ ভাগ বতৰা পাইছিল পঞ্চায়তটোৰ একাংশ কৰ্মচাৰীয়ে।ৰাইজৰ অভিযোগৰ ভিত্তিত ধন লোৱাৰ অকপট স্বীকাৰোক্তি সমন্বয়ক গৰাকীৰ।ধন সংগ্ৰহত পঞ্চায়তটোৰ বহু বিষয়া কৰ্মচৰী জড়িত থকাৰ তথ্য লাভ কৰিছ স্থানীয় ৰাইজে । তদন্তৰ দাবী উত্থাপন কৰিছে পঞ্চায়তটোৰ অন্তৰ্গত ৰাইজে।