প্ৰতিভাসম্পন্ন নৃত্যশিল্পী চন্দনা দেৱীৰ মৃত্যু

4183

অসমৰ প্ৰতিভাসম্পন্ন নৃত্যশিল্পী চন্দনা দেৱীৰ মৃত্যু।

দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ থাকি মৃত্যুক সাৱটিলে নৃত্য শিল্পীগৰাকীয়ে।

মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল চন্দনা।

কেইবাখনো অসমীয়া চিনেমা আৰু মিউজিক ভিডিঅ’ত নৃত্য আৰু অভিনয় কৰিছিল চন্দনাই।

উদীয়মান নৃত্যশিল্পীগৰাকীৰ মৃত্যুত শোকে বিৰাজ কৰিছে সাংস্কৃতিক জগতখনত।