প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহৰ বাবে শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই নিৰ্দেশনা।
আন জিলাৰ লগতে কামৰূপ মহানগৰতো আগুৱালে পাঠদানৰ সময়।
২৭ মে’ৰ পৰা প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।
এই নিৰ্দেশনা মহানগৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়তো প্ৰযোজ্য হ’ব ।
মেট্ৰ’ জিলাৰ DEEO-IS দীপিকা চৌধুৰীয়ে জাৰি কৰে এই নিৰ্দেশনা।