প্ৰকৃতিৰ ৰোষত মিজোৰাম।
বিগত এমাহৰ পৰা অব্যাহত প্ৰকৃতিৰ তাণ্ডৱ।
আইজলৰ জেমাবাউকত ভূমিস্খলন।
জীৱন্তে ঘৰৰ ভিতৰত পোত গ’ল পিতৃ-মাতৃ আৰু ৪ বছৰীয়া সন্তান।
মৃত অৱস্থাত উদ্ধাৰ তিনিওগৰাকীক।
প্ৰকৃতিৰ ৰোষত মিজোৰাম।
বিগত এমাহৰ পৰা অব্যাহত প্ৰকৃতিৰ তাণ্ডৱ।
আইজলৰ জেমাবাউকত ভূমিস্খলন।
জীৱন্তে ঘৰৰ ভিতৰত পোত গ’ল পিতৃ-মাতৃ আৰু ৪ বছৰীয়া সন্তান।
মৃত অৱস্থাত উদ্ধাৰ তিনিওগৰাকীক।