পোকৰ বাবেই ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত ৬খনকৈ বাহন৷ সেনা বাহিনীৰ বাহনৰ চালকৰ চকুত পতংগৰ কামোৰ৷ ইয়াৰ পাছতেই নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে মহটিয়াই নিয়ে ৬খনকৈ বাহন৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৫জনকৈ যাত্ৰী৷ উল্লেখযোগ্য যে ধলাইৰ ইছলামাবাদত এই ঘটনা সংঘটিত হৈছে।
