বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত পেট্ৰলৰ মূল্য ৮৩.৫৪ টকা হৈছে। সৰ্বকালৰ অভিলেখ ভংগ হৈছে।
ৰাজ্য চৰকাৰে পেট্ৰ’লৰ ওপৰত আৰোপ কৰা ‘কৰ’ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে সৰ্বসাধাৰণ জনতাই।