পেঙেৰীত জব্দ বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট।

287

পেঙেৰীত জব্দ বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট।

পেঙেৰী আৰক্ষীয়ে নাকা চেকিং সময়ত তিনিচুকীয়া-বৰডুমচা যাত্ৰীবাহী বাছৰ পৰা জব্দ কৰে টেবলেট খিনি।

তিনিচুকীয়া পৰা বাছৰে সৰহবৰাহ কৰা দুজন লোককো আটক কৰে আৰক্ষীয়ে।

আটকাধীন দুয়োগৰাকী বৰডুমচা মহংৰ পদ্মেশ্বৰ গগৈ আৰু তৰাণীৰ প্ৰতাপ মৰাণ ।