দুৰ্গা পূজাৰ আনন্দৰ উলাহৰ মাজতেই মহানগৰীত আন এক সামগ্ৰীৰ অভিলেখ।উল্লেখযোগ্য যে পূজাৰ বতৰত সুৰাৰ বিক্ৰীয়ে গঢ়িছে অভিলেখ। জানিব পৰা মতে অষ্টমী, নৱমী, দশমীত সুৰা বিক্ৰীত অভিলেখ সৃষ্টি। তিনিটা দিনতে মহানগৰীত ২২.৫ কোটি টকাৰ সুৰা বিক্ৰী।ইতিমধ্যেই আবকাৰী বিভাগে প্ৰকাশ কৰিছে এই তথ্য।
