পুলিৎজাৰ লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় মূলৰ দুগৰাকী সাংবাদিক

168

আমেৰিকাৰ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৰ্বোচ্ছ সন্মান পুলিৎজাৰ লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় মূলৰ দুগৰাকী সাংবাদিক মেঘা ৰাজাগোপালন আৰু নীল বেদীয়ে।

এই অনুসন্ধানমূলক প্ৰতিবেদনত তেওঁ মুছলমান উইগুৰ আৰু অনান্য সংখ্যালঘু জাতিৰ লোকসকলৰ বাবে চীনে নিৰ্মাণ কৰা গণ ডিটেনচন কেম্পৰ ওপৰত আলোকপাত কৰিছিল। পুলিৎজাৰ ব’ৰ্ডে ইণ্টাৰনেট মিডিয়া বাজফিড নিউজৰ দুজন সহযোগীৰ সৈতে আন্তৰ্জাতিক প্ৰতিবেদন শ্ৰেণীত মেঘা ৰাজাগোপালনলৈ এই বঁটা আগবঢ়াইছে।