পুনৰ ৰে’ল দুর্ঘটনা

7

ৰাজ্যত যাত্ৰীবাহী ৰে’ল দুৰ্ঘটনাগ্ৰস্ত! লাইনচ্যুত ইঞ্জিনসহ ৮টাকৈ দবা।
পুনৰ এক ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত। দুৰ্ঘটনাগ্ৰস্ত ৰে’লখন ১২৫২০ নামনিমুৱা আগৰতলা-মুম্বাই লোকমাণ্য তিলক এক্সপ্ৰেছ। ৰে’ল বিভাগে জনোৱা মতে ৰে’লখন ডিমা হাচাও জিলাৰ দিবালং নামৰ ৰে’লৱে ষ্টেচনৰ সমীপত দুৰ্ঘটনাত পতিত হৈছে।