পুনৰ শিক্ষক নিলম্বন

69

প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নন্দ কিশোৰী যাদৱক নিলম্বন৷

২৭৮নং হৰিৰাম মহেশ্বৰী হিন্দী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক যাদৱ৷

বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনত যোগান ধৰিছিল ম্যাদ উকলা বিস্কুট৷

বিস্কুট খাই অসুস্থ হৈ পৰিছিল কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী৷

ঘটনাৰ তদন্ত কৰিছিল বঙাইগাঁও আয়ুক্তই৷

তাৰ পিছতেই নিলম্বন কৰা হৈছে শিক্ষক গৰাকীক।