পুনৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰ

91

মেচ ফিক্সিঙৰ অভিযোগত ICCৰ শাস্তিৰ সন্মুখীন শ্ৰীলংকাৰ স্পীনাৰ প্ৰবীন জয়াৱিক্ৰাম।

এবছৰৰ বাবে ICCয়ে আৰোপ কৰিলে নিষেধাজ্ঞা।

এই সময়ছোৱাত কোনোধৰণৰ ক্ৰিকেটত অংশ ল’ব নোৱাৰিব প্ৰবীন জয়াৱিক্ৰামে।

ICCৰ ২.৪.৭ ধাৰাৰ অধীনত জয়াৱিক্ৰামৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ।