আৰ্জেণ্টিনাত বিমান দুৰ্ঘটনা।
অৱতৰণৰ সময়তে ছান ফাৰনাডো বিমান বন্দৰত দুৰ্ঘটনাগ্ৰস্ত বিমান।
দুৰ্ঘটনাত বিমানৰ পাইলটৰ লগতে সহ-পাইলটৰো মৃত্যু।
দুৰ্ঘটনাগ্ৰস্ত বম্বাৰডিয়াৰ চেলেঞ্জাৰ-300 বিমান।
আৱাসিক অঞ্চলত ভূপতিত হয় বিমানখন।